গোৱিন্দ গোৱিন্দ গোৱিন্দ গোৱিন্দ গোৱিন্দ ৰাম মূৰাৰী ।
অনন্ত কোটি ব্ৰক্ষ্মাণ্ডক হৰি অধিকাৰী।।
গোৱিন্দ ৰাম মূৰাৰী মুকুন্দ ৰাম মূৰাৰী ।
ভকতি ৰোচন দুখ বিমোচন ভকতৰ ভয়হাৰী ।।
পৰম পুৰুষ পৰম আনন্দ পৰম গুৰু মুৰাৰী।
অনাদি অনন্ত অচ্যুত গোৱিন্দ ভকতৰ ভয়হাৰী।।
জয় যাদৱ এ, মোৰে প্ৰাণ জীৱেৰ জীৱন নাৰায়ণ।
ভকতৰ ধন তযু অৰুণ চৰণ।।
অনন্ত কোটি ব্ৰক্ষ্মাণ্ডক হৰি অধিকাৰী।।
গোৱিন্দ ৰাম মূৰাৰী মুকুন্দ ৰাম মূৰাৰী ।
ভকতি ৰোচন দুখ বিমোচন ভকতৰ ভয়হাৰী ।।
পৰম পুৰুষ পৰম আনন্দ পৰম গুৰু মুৰাৰী।
অনাদি অনন্ত অচ্যুত গোৱিন্দ ভকতৰ ভয়হাৰী।।
জয় যাদৱ এ, মোৰে প্ৰাণ জীৱেৰ জীৱন নাৰায়ণ।
ভকতৰ ধন তযু অৰুণ চৰণ।।
0 Comments