প্ৰাৰ্থনা
(খাতিছো মাধৱ)
খাতিছো মাধৱ প্ৰাণৰ বান্ধৱ
ভকতি অমিয়া দিয়া ।
বিপদে সম্পদে লওঁ তোমাৰ নাম
কৰিবা দয়ালু দয়া ।।
ৰাম ৰূপে তুমি পিতৃ বাক্য পালি
কৰিলা ৰাক্ষস ধ্বংস ।
কৃষ্ণ ৰূপে তুমি গোপীক মুহিলা
বধিলা পাপিষ্ঠ কংস ।।
নৰসিংহ ৰূপে দৈত্যেন্দক বধিলা
হিয়াত নখে বিদাৰি ।
ভক্ত প্ৰহ্লাদ ক আৱৰি ৰাখিলা
তুমি দয়াময় হৰি ।।
যুগে যুগে তুমি সত্যহে প্ৰচাৰা
পাপ তাপ নাশ কৰি ।।
তোমাৰ চৰণে পশিলো শৰণ
ৰাখা দয়াময় হৰি ।।
খাতিছো মাধৱ প্ৰাণৰ বান্ধৱ
ভকতি অমিয়া দিয়া ।
বিপদে সম্পদে লওঁ তোমাৰ নাম
কৰিবা দয়ালু দয়া ।।
ৰাম ৰূপে তুমি পিতৃ বাক্য পালি
কৰিলা ৰাক্ষস ধ্বংস ।
কৃষ্ণ ৰূপে তুমি গোপীক মুহিলা
বধিলা পাপিষ্ঠ কংস ।।
নৰসিংহ ৰূপে দৈত্যেন্দক বধিলা
হিয়াত নখে বিদাৰি ।
ভক্ত প্ৰহ্লাদ ক আৱৰি ৰাখিলা
তুমি দয়াময় হৰি ।।
যুগে যুগে তুমি সত্যহে প্ৰচাৰা
পাপ তাপ নাশ কৰি ।।
তোমাৰ চৰণে পশিলো শৰণ
ৰাখা দয়াময় হৰি ।।
0 Comments